Published on:
Updated on:
- লক্ষ্ণৌ-আগ্ৰা সংযোগী ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
- সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন বাছৰ সৈতে সংঘৰ্ষ এখন ফৰচুনাৰ বাহনৰ।
- আৰক্ষীয়ে জনোৱা মতে, বাছ চালকৰ টোপনি অহাৰ বাবে ভুল দিশত চালকে লৈ গৈছিল বাছখন।
- ইয়াৰ পাছতে বিপৰীত দিশৰ পৰা আহি থকা এখন ফৰচুনাৰ বাহনত প্ৰচণ্ড খুন্দা মাৰে বাছখনে।
- সংঘৰ্ষত মৃত্যু হয় ফৰচুনাৰ বাহনখনত থকা ৫ জনকৈ যাত্ৰী।
- ইফালে বাছখনৰ চালকো মৃত্যু হয় ঘটনাস্থলীতে।
- বাছখনত মুঠ যাত্ৰী আছিল ৪০ গৰাকী, ইয়াৰে ১৫জনৰ অৱস্থা সংকটজনক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in