কামপুৰত তীব্ৰবেগী ৰে'লৰ খুন্দাত ৭টাকৈ বন্যহস্তীৰ মৃত্যু...

কামপুৰ চাংজুৰাইত অঘটন ৷ তীব্ৰবেগী ৰেলৰ খন্দাত মৃত্যু ৭ টাকৈ বন্যহস্তী ৷ আহত এটা হাতী পোৱালী ৷ নিশা ৰেল লাইন পাৰ হওঁতেই সংঘটিত হয় কৰুণ ঘটনাটো ৷

author-image
Asomiya Pratidin
New Update
jdjdj

ডিজিটেল সংবাদ, কামপুৰ-নগাঁওঃ কামপুৰ চাংজুৰাইত অঘটন ৷ তীব্ৰবেগী ৰেলৰ খন্দাত মৃত্যু ৭ টাকৈ বন্যহস্তী ৷ আহত এটা হাতী পোৱালী ৷ নিশা ৰেল লাইন পাৰ হওঁতেই সংঘটিত হয় কৰুণ ঘটনাটো ৷

556d66fe-bd4d-4bf2-b3fa-458320e907f4

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হাতী কেইটাৰ ৷ কথমপি দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল খন । কামপুৰত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত ৷ 

6112b703-06ff-4784-8596-03a9d89f7d9f

খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাক ৷ কেইবছৰ মান পূৰ্বে কামপুৰ পটিয়াপামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল পাঁচটাকৈ বনৰীয়া হাতী ৷

4c94e999-de3e-49b1-92bd-7a7068624238

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটো চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷

কামপুৰ