Published on:
Updated on:
- লকডাউনৰ মাজতে সোমবাৰে যোৰহাটত বাঘৰ সন্ত্ৰাস ।
- যোৰহাটৰ দ' গায়ন গাৱত এটা নাহৰফুটুকী বাঘৰ সন্ত্ৰাস।
- বাঘটোৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে নিতু বৰা নামৰ লোকজনক।
- তাৰ পিছতে বাঘটো প্ৰৱেশ কৰে পুলিন ৰাজখোৱা নামৰ লোকজনৰ বাসগৃহত।
- আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
- বৰ্তমান পৰ্যন্ত বন্দী কৰিব পৰা নাই বাঘটোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in