New Update
/asomiyapratidin/media/media_files/2026/02/12/joniii-2026-02-12-23-29-07.jpg)
- জোনাইৰ মুৰ্কংচেলেক ৰে’ল ষ্টেচনত তীব্র উত্তেজনা।
- হঠাৎ যাত্রীবাহী ৰে’ল বাতিল কৰাক লৈ উত্তেজিত হৈ পৰে যাত্রীসকল।
- মুৰ্কংচেলেকৰ পৰা গুৱাহাটী অভিমুখী লাচিত এক্সপ্রেছ বাতিলক লৈ হাহাকাৰ যাত্ৰীসকলৰ মাজত।
- ৰে’ল যাত্রাৰ নিৰ্ধাৰিত সময়ৰ মাত্র ১০ মিনিট পূৰ্বে ৰে’লখন বাতিল কৰা বুলি ঘোষণা।
- ৰে’ল কৰ্তৃপক্ষই কোনো ধৰণৰ স্পষ্ট কাৰণ নেদেখুৱাকৈ ৰে’লখন বাতিল কৰাৰ অভিযোগ।
- হঠাৎ ৰে’ল বাতিল কৰাক লৈ ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ যাত্রীসকলৰ।
- শীঘ্রে ৰে’ল চলাচলৰ বাবে দাবী জনাই প্রতিবাদী ৰে’ল যাত্রীসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us