আপুনি জিঅ'ৰ গ্ৰাহক যদি দেৰি নকৰিব...

৯বছৰীয়া বৰ্ষপূতি উপলক্ষে  জিঅ' নেটৱৰ্কে মুকলি কৰিছে এক বিশেষ অফাৰ। ২০২৫ৰ ৫ছেপ্টম্বৰত ৯বছৰ সম্পূৰ্ণ কৰিলে জিঅ'ই। ৯বছকীয়া এই বৰ্ষপূৰ্তিৰ দিনটোত মুকেশে আম্বানী নেতৃত্বাধীন প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ।

author-image
Asomiya Pratidin
New Update
yhhh

ডিজিটেল ডেস্কঃ৯বছৰীয়া বৰ্ষপূতি উপলক্ষে  জিঅ' নেটৱৰ্কে মুকলি কৰিছে এক বিশেষ অফাৰ। ২০২৫ৰ ৫ছেপ্টম্বৰত ৯বছৰ সম্পূৰ্ণ কৰিলে জিঅ'ই। ৯বছকীয়া এই বৰ্ষপূৰ্তিৰ দিনটোত মুকেশে আম্বানী নেতৃত্বাধীন প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ।

1cd8575a-b79b-46a0-b94e-d8d6670cf000

জিঅ'ই দাবী কৰিছে যে, তেওঁলোকে প্ৰদান কৰা এই অফাৰটোত গ্ৰাহকে ৩০০০হাজাৰ টকাৰ পেকেজ মাত্ৰ ৩০০টকাতে লাভ কৰিব। জিঅই নতুনকৈ মুকলি কৰিছে ৩৪৯টকাৰ এটা পেকেজ। এই পেকেজটোৰ বৈধতা থাকিব ৫ছেপ্টেম্বৰৰ পৰা ৫অক্টোবৰলৈকে। 

এই পেকেজটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ২জিবি ডাটা, প্ৰতিদিনে ১০০টা মেচেজ আৰু আন লিমিটেড কলিঙৰ সুবিধা। কেৱল এয়াই নহয়। এই পেকেজটোত থাকিব এমহীয়া JioHostar ছাৰ্বক্ৰিশ্যন, এমহীয়া JioSaavnৰ ছাৰ্বক্ৰিশ্যনৰ লগতে অন্যান্য বহু সুবিধা।

৫জি গ্ৰাহসকলে লাভ কৰিব আনলিমিটেড ডাটা। JioFinanceৰ জৰিয়তে JioGold ক্ৰয় কৰিব বিচাৰিলে পাব ২শতাংশ ৰেহাই। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে জিঅ'ই ৫০কোটিৰো অধিক গ্ৰাহকক তেওঁলোকৰ সেৱা প্ৰদান কৰি আছে। 

fcec2ef8-252f-4724-b48f-74dfe6ce5e15

জিঅ'