Published on:
Updated on:
- জেট এয়াৰৱেইজৰে সম্পৰ্ক ত্যাগ কৰিলে নৰেশ গোৱেলে।
- এই বিমান পৰিবহণ সন্থাটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল নৰেশ গোৱেল।
- জেট এয়াৰৱেইজৰ পৰিচালন মণ্ডলীৰ সদস্যৰ পৰা গোৱেলৰ পত্নী অনিতা গোৱেলৰ পদত্যাগ।
- চৰম বিত্তীয় সংকটত এই বিমানসেৱা পৰিষ্ঠানটো।
- যোৱা সপ্তাহত জেট এয়াৰৱেইজৰ বৈমানিকে দৰমহা নাপালে বিমান নচলোৱাৰ হুংকাৰ দিছিল।
- প্ৰধানমন্ত্ৰীলৈও জেট এয়াৰৱেইজৰ বৈমানিকে লিখিছিল পত্ৰ।
- এই প্ৰতিষ্ঠানটোত ৫১ শতাংশ শ্বেয়াৰ আছিল নৰেশ গোৱেলৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in