মুখ্য-পৃষ্ঠা
উত্তৰাখণ্ডত তুষাৰপাত, বৰফেৰে আগুৰি ধৰিছে কেদাৰনাথ মন্দিৰ
- উত্তৰাখণ্ডত তুষাৰপাত।
- তুষাৰপাতৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত।
- ইফালে, তুষাৰপাতৰ ফলত মঙলবাৰে কেদাৰনাথ মন্দিৰলৈ যাব পৰা নাই ভক্ত।
- মন্দিৰটোৰ চাৰিওফালে বৰফে আগুৰি ধৰাৰ ফলত যাব পৰা নাই ভক্ত।