" অগপ ত্যাগ কৰিলে জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিৰ দাবীদাৰ আছিল জয়ন্ত খাউণ্ড ৰঙানদী সমষ্টি বিজেপিক এৰি দিয়াৰ পাছতে এই সিদ্ধান্ত জয়ন্ত খাউণ্ডৰ শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা নেতাগৰাকীৰ অতুল বৰাৰ ঘৰত গৈ দিলে পদত্যাগ পত্র "