মুখ্য-পৃষ্ঠা ৰোগী লৈ আহোতেই ৰাজপথত দপদপাই জ্বলিল ১০৮ এম্বুলেন্স… ৰোগী লৈ আহোতেই ৰাজপথত দপদপাই জ্বলিল ১০৮ এম্বুলেন্স… asomiyapratidin 23 Feb 2021 12:16 IST Follow UsNew Updateমহানগৰীৰ জটীয়াত অঘটন।চলন্ত এম্বুলেঞ্চত ভয়ংকৰ অগ্নিকাণ্ড।ৰোগী লৈ আহি থাকোতেই ৰাজপথত ভয়ংকৰ ঘটনা।চলন্ত অৱস্থাতে শ্বৰ্ট চাৰ্কিট হৈ জ্বলিল এম্বুলেঞ্চ।কথমপি ৰক্ষা পৰিল এম্বুলেঞ্চত থকা ৰোগী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক