/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-16-59-17.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰত জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হয়। নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভেকচিন প্ৰদান কৰে । ১৫ পৰা ৬৫ বছৰৰ ব্যক্তিক এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/e9a4ec9a-097.png)
উল্লেখ্য যে, জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকা সমূহত এই জাপানীজ একেফেলাইটিছৰ সংক্ৰমণৰ জ'ন হোৱা বাবে এই ভেকচিন প্ৰদান কৰা হৈছে। চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উদ্ধোধন কৰা এই অনুষ্ঠানত বিষয়াগৰাকীয়ে প্ৰথমে নিজেই এই ভেকচিন গ্ৰহণ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী ,শিক্ষক, স্থানীয় ৰাইজক দিয়ে এই ভেকচিন।
/asomiyapratidin/media/post_attachments/7b0b503e-c4c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us