/asomiyapratidin/media/media_files/2026/01/02/ef1a4cfd-9942-40c0-8bd1-b68ed3652a6b-2026-01-02-09-59-34.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত আদিবাসী ছাত্ৰসন্হাৰ তৰফৰ পৰা নৱবৰ্ষৰ প্ৰথম দিনটোত দৰিদ্ৰ লোক সকলৰ মাজত বস্ত্ৰ বিতৰনৰ দৰে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হয়৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/1215967d-bd95-4df7-adbd-a7f41a9be45b-2026-01-02-09-57-02.jpg)
নদুৱাৰ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাথমিক গোটৰ বিষয় ববীয়া সকলে কালি বছৰৰ প্ৰথম দিনটোত শীতৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী দৰিদ্ৰ লোকৰ মাজত কম্বল চাদৰ আদি গৰম বস্ত্ৰ বিতৰন কৰে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/930ac9b5-12fb-451f-aa95-d14852a1ad78-2026-01-02-09-57-13.jpg)
ইয়াৰ মাজতে আদিবাসী ছাত্ৰসন্থাৰ দলটোৱে উত্তৰ জামুগুৰি গ্ৰামীন চিকিৎসালয়ত ভৰ্ত্তি হৈ চিকিৎসাধীন অৱস্থাত থকা ৰোগী সকলৰ মাজতো ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় বস্ত্ৰ বিতৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/1b62a891-a4ad-470a-adf5-020954a97744-2026-01-02-09-57-24.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us