শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰদিনৰ আনন্দ উল্লাসৰ মাজতে চাৰিদুৱাৰৰ চতাইত সংঘটিত পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজনৰ নাম বিশ্বজিৎ দৈমাৰী বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
image (36)
  • শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
  • বৰদিনৰ আনন্দ উল্লাসৰ মাজতে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন যুৱক
  • চাৰিদুৱাৰৰ চতাইত সংঘটিত হয় এই দুৰ্ঘটনাটো
  • অচিনাক্ত বাহনৰ খুন্দাত নিহত বিশ্বজিৎ দৈমাৰী নামৰ এজন যুৱক

দুৰ্ঘটনা পথ দুৰ্ঘটনা চাৰিদুৱাৰ