New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- কোৰোনাৰ সন্ত্ৰাসৰ মাজতে সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন।
- শুকুৰবাৰে দিনৰ ১১ বজাত গুলীবৰ্ষণ কৰে পাক সেনাই।
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কিৰকি আৰু কোৱেচবা চেক্টৰত গুলীবৰ্ষণ।
- কোনো লোক হতাহত হোৱা নাই এই গুলীবৰ্ষণত।
- ভাৰতীয় সেনাইও দিছে প্ৰত্যুত্তৰ।