জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।ৰাজ্যখনৰ মানকোট আৰু কৃষ্ণাঘাটি ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক।বৰ্তমানেও গুলীবৰ্ষণ অব্যাহত আছে পাক আৰু ভাৰতীয় সেনাৰ।