জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা
  • জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা।
  • বৃহস্পতিবাৰে পুৱা ৬ বজাত ভাৰতৰ ভূমিত পাক সেনাৰ গুলীবৰ্ষণ।
  • জম্মু-কাশ্মীৰৰ পুঞ্চৰ কৃষ্ণা ঘাটি ছেক্টৰত গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in