মুখ্য-পৃষ্ঠা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান, নিহত ১ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান, নিহত ১ asomiyapratidin 17 Apr 2020 09:30 IST Follow UsNew Updateলকডাউনৰ মাজতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান।চপিয়ান জিলাত সন্ত্ৰাসবাদী আত্মগোপনৰ খবৰ পাই নিৰাপত্তাৰক্ষীৰ অভিযান।এই অভিযানত নিহত হৈছে এটা সন্ত্ৰাসবাদী।বৰ্তমানেও অব্যাহত আছে এই অভিযান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক