মুখ্য-পৃষ্ঠা
জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ১
- জম্মু-কাশ্মীৰত সেনাই চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত সফলতা।
- সেনাৰ অভিযানত নিহত হৈছে এটা সন্ত্ৰাসবাদী।
- হিজবুল মুজাহিদীনৰ আছিল সন্ত্ৰাসবাদীটো।
- চোপিয়া জিলাত চলাইছিল এই অভিযান।
- এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই যুটীয়া ভাৱে চলাইছিল এই অভিযান।