মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ asomiyapratidin 17 Oct 2018 15:46 IST Follow UsNew Updateবুধবাৰে জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে।বাৰামুলা অঞ্চলত আৰক্ষীৰ জীপৰ সন্ত্ৰাসবাদীয়ে চলালে এই আক্ৰমণ।আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত।ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক