ঘন কুঁৱলী বাবে বাতিল ইণ্ডিগ'ৰ বহু কেইখন বিমান

ঘন কুঁৱলী বাবে আজিও ১৩খন বিমান বাতিল কৰিছে বিমান সংস্থাটোৱে। যাৰ ফলত যাত্ৰীসকলে অসুবিধান সন্মুখীন হ'ব লগা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অত্যন্ত ঘন কুঁৱলী বাবে বাতিল কৰা হৈছে ইণ্ডিগ'ৰ বহু কেইখন বিমান। শেহতীয়াকৈ শনিবাৰৰ দিনটোত ৫৭খন বিমান বাতিল কৰে বুলি বিমান সংস্থাটোৰ ৱেবছাইটত প্ৰকাশ পাইছে। 

image (22)

উল্লেখ্য যে, ঘন কুঁৱলী বাবে  আজিও ১৩খন বিমান বাতিল কৰিছে বিমান সংস্থাটোৱে। যাৰ ফলত যাত্ৰীসকলে অসুবিধান সন্মুখীন হ'ব লগা হৈছে। ইপিনে বাতিল কৰা ৫৭ খন বিমানত চণ্ডীগড়, মুম্বাই, আহমেদাবাদ, হায়দৰাবাদ, অমৃতসৰ, বেংগালুৰু, দিল্লী, গয়াজী, কলকাতা, চেন্নাই, জয়পুৰ আৰু পুনেকে ধৰি অন্যান্য বিমানবন্দৰৰ পৰা উৎপত্তি হোৱা বিমানসমূহো অন্তৰ্ভুক্ত।এই বিমানসমূহ বাতিলত যিসমূহ যাত্ৰীয়ে যাত্ৰা কৰিব লগা আছিল তেওঁলোকে এতিয়া উপায়বিহীন হৈ পৰিছে ।  

IndiGo-flight-news-1024x576

ইণ্ডিগ’ বিমান