ম্যানমাৰত আলফা (স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্রমণ

ম্যানমাৰত আলফা (স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্রমণ। পুৱতি নিশা ২ বজাৰ পৰা ৪ বজালৈ ধাৰাবাহিক আক্ৰমণ সেনাৰ। ৱাকথাম বস্তিত ৭৭৯ শিবিৰত পুৱতি নিশা এই আক্রমণ

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ম্যানমাৰত আলফা (স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্রমণ
  • পুৱতি নিশা ২ বজাৰ পৰা ৪ বজালৈ ধাৰাবাহিক আক্ৰমণ সেনাৰ
  • ৱাকথাম বস্তিত ৭৭৯ শিবিৰত পুৱতি নিশা এই আক্রমণ
  • হৈয়া বস্তিত থকা আলফা (স্বাঃ)ৰ  শিবিৰত আক্ৰমণ সেনাৰ
  • NSCNৰ শিবিৰতো সেনাই চলাইছিল আক্ৰমণ
  • এই আক্রমণত আলফা (স্বাঃ)ৰ শীৰ্ষ নেতা নয়ন অসমৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে আলফা স্বাধীনে
  • ডেৰ শতাধিক ড্র’নৰে চলোৱা এই আক্ৰমণত আন ১৯গৰাকী কেডাৰ হতাহত হোৱাৰ কথাও স্বীকাৰ