/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/corona-1.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিদিনাই বাঢ়িয়েই আছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেশত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৪৩হাজাৰ, ৮৪৬গৰাকী লোক। এই সময়চোৱাত ১৯৭গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, বিগত কেইটামান দিনৰ পৰা অতিপাতভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে, ভাৰতত ভেকচিন লোৱা লোকৰ সংখ্যাই ৪কোটিৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰিছে। ভাৰতত ভেকচিন লোৱা লোকৰ সংখ্যা ৪,৪৬, ০৩, ৮৪১।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us