মুখ্য-পৃষ্ঠা
ভাল খবৰঃ বিগত ২৪ঘন্টাত ৩,৫৩,৮১৮গৰাকী ৰোগী সুস্থ হৈছে ভাৰতত…
- বিগত ২৪ঘন্টাত ভাৰতত ৩,৬৬,১৬১গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
- ইয়াৰ সমান্তৰালভাৱে ৩,৫৩,৮১৮গৰাকী ৰোগী সুস্থ হৈ উঠিছে বিগত ২৪ঘন্টাত।
- ৩,৭৫৪গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
- বৰ্তমানলৈ দেশত ১৭কোটি ১লাখ ৭৬হাজাৰ ৬০৩গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।