মুখ্য-পৃষ্ঠা
এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু…
- দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।
- এদিনতে দেশত কোভিডত আক্ৰান্ত ৩,৩২,৭৩০ জন ।
- কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত দেশত মৃত্যু হয় ২২৬৩ জনৰ ।
- কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,৯৩,২৭৯ জনে ।
- ইফালে ১৩ কোটি ৫৪ লাখতকৈ অধিক লোকক দেশত প্ৰদান কৰা হয় কোভিড ভেকচিন ।
- দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,৬২,৬৩,৬৯৫ জন ।