New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/corona-india-vgggmuibbb3-copy.jpg)
প্ৰতীকি ফটো
- দেশত যোৱা ২৪ ঘন্টাত ২৬৯৬৪জন কোৰোনাত আক্ৰান্ত।
 - এই সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৩৮৩জন লোকৰ মৃত্যু।
 - ইফালে, দেশত কোৰোনাত আক্ৰান্ত ৩৪১৬৭জন লোক সুস্থ হৈছে।
 - উল্লেখ্য যে, বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৭.৭৭ শতাংশ হৈছেগৈ।
 - দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩২৭৮৩৭৪১জনলৈ বৃদ্ধি পাইছে।
 - ভাৰতত বুধবাৰৰ দিনটোত আৰোগ্যৰ হাৰ ২.০৮ শতাংশলৈ হ্ৰাস পাইছে।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us