New Update
/asomiyapratidin/media/media_files/2025/09/14/341-2025-09-14-09-05-31.jpg)
- ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ।
- গৌৰীপুৰ পানবাৰীত নিশা গাড়ী চুৰি চক্ৰৰ পৰা উদ্ধাৰ ১২ চকীয়া এখন চুৰি ট্ৰাক।
- পশ্চিম বংগৰ পৰা চুৰি হৈছিল ট্ৰাকখন।
- নম্বৰ প্লেট সলনি কৰি চুৰি ট্ৰাকখন সৰবৰাহ কৰতে আৰক্ষীৰ অভিযান।
- গৌৰীপুৰ আৰু পশ্চিম বংগ আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ ট্ৰাকখন।
- গাড়ী চুৰি চক্ৰৰ লগত জড়িত দুজনক আটক কৰাৰ লগতে আন দুজনৰ পলায়ন।
- আটক হোৱা দুজন ক্ৰমে ঝোগৰাৰপাৰৰ সাহজামাল শেখ, আনজন কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ আল ফাৰুক।
- গাড়ী চুৰি চক্ৰত ব্যৱহৃত AS-19-K-2921 নম্বৰৰ এখন ALTO বাহন জব্দ।
- গৌৰীপুৰ আৰু পশ্চিম বংগ আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।