Published on:
Updated on:
- ওদালগুৰিৰ ভেৰাগাঁৱৰ ডিমাকুছিত লোমহৰ্ষক হত্যাকাণ্ড।
- মালিকক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা বনকৰা ল'ৰাৰ।
- নিহত লোকজনৰ নাম জ'হান বুৰ।
- হত্যাকাৰী লিপি মুণ্ডাক আটক ডিমাকুছি আৰক্ষীৰ।
- হত্যাকাণ্ডৰ কাৰন সদৰি কৰা নাই আৰক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in