New Update
/asomiyapratidin/media/media_files/2025/10/15/breaking-news-2025-10-15-21-08-20.jpg)
- বাক্সাত উপস্থিত IGP অখিলেশ কুমাৰ সিং
- শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে অখিলেশ কুমাৰ সিঙে
- ইফালে, বাক্সাৰ ঘটনাত গুলীবৰ্ষণত আহত দুজনক AIIMSলৈ প্রেৰণ
- আৰক্ষীৰ গুলীত গুৰতৰভাৱে আহত দীপক মেধি, হৰিহৰ দাস
- লগতে আহত হৈছে বিদ্যুৎ কলিতা নামৰ এটি শিশু
- শিলাবৰ্ষণত আহত বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক চক্রধৰ দাস
- অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান গীতাৰ্থ গোস্বামী
- ২৪নং অসম আৰক্ষীৰ বেটেলিয়নৰ নৃপেন দাস, অৰূপ ৰয়, ৰিদীপ তালুকদাৰ
- মৃণাল দাস, গণেশ শৰ্মাকে ধৰি কেইবাজনো আৰক্ষী জোৱান আহত
- বাক্সাৰ শিলাবৰ্ষণত আহত হৈছে কেইবাগৰাকীও সাংবাদিক
- আহত ’প্রতিদিন টাইম’ৰ সাংবাদিক নকুল তালুকদাৰ
- নলবাৰীৰ ভিডিঅ’ জাৰ্নেলিষ্ট ৰাজু দাসো আহত আক্রমণত
- আহত আন সাংবাদিকসকল- জিণ্টুমণি দাস , বনজিৎ কলিতা
- অপূৰ্ব শৰ্মা, প্রদীপ দাস, ধ্রুৱ বৰা, অভিজিৎ তালুকদাৰ আহত
- আহত সাংবাদিক অক্ষেন্দ্র ডেকা, বিৰিঞ্চি কুমাৰ ডেকা, দিলীপ কুমাৰ বড়া