মই আহিছো আপোনালোকৰ ওচৰলৈ : জুবিন গাৰ্গ

বিমান বন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ। কাহিলীপাৰাৰ বাসগৃহত ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে লৈ যোৱা হ’ব সৰুসজাইলৈ।

author-image
Asomiya Pratidin
New Update
389
  • মই এতিয়া আপোনালোকৰ ওচৰত : জুবিন গাৰ্গ। 
  • গুৱাহাটী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ।
  • দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰৰ ৰানৱে’ত জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান।
  • জুবিন গাৰ্গৰ লগত আহিছে বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। 
  • অগণন গুণমুগ্ধৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।
  • আশে- পাশেও অসংখ্য ভক্তৰ লানি নিছিগা শাৰী।
  • চাৰিওফালে কেৱল জয় জুবিনদা ধ্বনি।
  • বিমান বন্দৰত উপস্থিত আছে পত্নী গৰিমা শইকীয়া গাৰ্গসহ আত্মীয়।
  • বিমান বন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ।
  • কাহিলীপাৰাৰ বাসগৃহত ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে লৈ যোৱা হ’ব সৰুসজাইলৈ।
জুবিন গাৰ্গ