বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ...

২০২৫বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হৈছিল মুঠ- ৫৬৯০৯গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে প্ৰথম বিভাগ লাভ কৰিছে ২৫৮২৭গৰাকী পৰীক্ষাৰ্থীয়ে।

author-image
Asomiya Pratidin
New Update
science web hs
  • ২০২৫বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হৈছিল মুঠ- ৫৬৯০৯গৰাকী পৰীক্ষাৰ্থী।
  • ইয়াৰে প্ৰথম বিভাগ লাভ কৰিছে ২৫৮২৭গৰাকী পৰীক্ষাৰ্থীয়ে।
  • দ্বিতীয় বিভাগ লাভ কৰিছে ১৯২৮৬গৰাগকী পৰীক্ষাৰ্থীয়ে।
  • তৃতীয় বিভাগ লাভ কৰিছে ৩১৯৬গৰাকী পৰীক্ষাৰ্থীয়ে।
  • মুঠ উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৮৩০৯গৰাকী।
  • বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ- ৮৪.৮৮শতাংশ। 
অসম