New Update
/asomiyapratidin/media/media_files/2025/04/30/ezdRSKEhavc1HIOxN8h7.jpg)
commerce web hs Photograph: (commerce web hs)
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭৭৪৬গৰাকী।
- ইয়াৰে ৬,৫১৯গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।
- দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৭৬০গৰাকী পৰীক্ষাৰ্থী।
- তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ২৩০৫গৰাকী পৰাক্ষাৰ্থী।
- বাণিজ্য শাখাত মুঠ উৰ্ত্তীণ পৰীক্ষাৰ্থীৰ সংখ্যা ১৪৫৮৪গৰাকী।
- উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ।