১০০শতাংশ উৰ্ত্তীণৰে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং...

বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং জিলাখনত উৰ্ত্তীণৰ হাৰ ১০০শতাংশ।  বিজ্ঞান শাখাত দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা জিলাখনত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৭.১৩শতাংশ।

author-image
Asomiya Pratidin
New Update
science web hs  শিৱসাগৰ.
  • বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং
  • জিলাখনত উৰ্ত্তীণৰ হাৰ ১০০শতাংশ। 
  • বিজ্ঞান শাখাত দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা
  • জিলাখনত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৭.১৩শতাংশ।
  • বিজ্ঞান শাখাত তৃতীয় স্থানত আছে বাক্সা জিলা
  • জিলাখনৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৫.৬৬শতাংশ।
  • বজালী জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯০.১২শতাংশ। 
  • বৰপেটা জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮০.৮৯ শতাংশ। 
  • দৰং জিলাৰ জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯২.৩৮শতাংশ। 
  • ধেমাজিত জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৪.২৪শতাংশ। 
  • ডিব্ৰুগড় জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.৯১ শতাংশ। 
  • গোলাঘাট জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.৭০শতাংশ। 
  • যোৰহাটত জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৩.৪৮ শতাংশ। 
  • কামৰূপ মেট্ৰৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮১.৪১শতাংশ। 
  • নলবাৰী জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯২.৫৮শতাংশ। 
  • নগাওঁ জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৬৭শতাংশ। 
  • বিজ্ঞান শাখাৰ উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন স্থানত আছে ডিমা হাচাও ।
  • জিলাখনত উৰ্ত্তীণৰ হাৰ ৫৬.২৭শতাংশ। 
অসম