New Update
/asomiyapratidin/media/media_files/2025/04/30/pUsqdPcob9o5gFxbW57q.jpg)
hrefhtjut Photograph: (hrefhtjut)
- এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ঘোষণা কৰা হোৱা নাই কোনো শীৰ্ষ স্থান।
- কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ২২৬৭৫৬গৰাকী শিক্ষাৰ্থী।
- ইয়াৰে ৪৯৫৭৭গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ।
- দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৮০৬৫০গৰাকী পৰীক্ষাৰ্থী
- তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৩৫১৮গৰাকী পৰীক্ষাৰ্থী।
- মুঠ উৰ্ত্তীণ হৈছে- ১৮৪৭৪৫গৰাকী পৰীক্ষাৰ্থী
- কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮১.০৩শতাংশ।