New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পৰীক্ষা বাতিল
- উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ পৰীক্ষা বাতিলৰ জাননী
- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে জাননী
- পঞ্চায়ত নিৰ্বাচনৰ বাবেই স্থগিত ৰখা পৰীক্ষা বাতিল
- পঞ্চায়ত নিৰ্বাচনত শিক্ষক, কৰ্মচাৰী ব্যস্ত থাকিব বাবেই বাতিল পৰীক্ষা
- প্রশ্নকাকত ফাদিল হোৱা বাবেই স্থগিত ৰখা হৈছিল পৰীক্ষা