হাওৰাঘাটত ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিলে দম্পতীক...

হাওৰাঘাটৰ ১ নম্বৰ বেল’গুৰি মুণ্ডা গাঁৱত চাঞ্চল্যকৰ ঘটনা। ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিলে দম্পতীক। ঘটনা সন্দৰ্ভত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
কাহিলীপাৰাত ছাৰ্ভিছ ৰাইফলেৰে নিজৰেই জীৱন শেষ কৰিলে এজন আৰক্ষী জোৱানে
  • হাওৰাঘাটৰ ১ নম্বৰ বেল’গুৰি মুণ্ডা গাঁৱত চাঞ্চল্যকৰ ঘটনা
  • ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিলে দম্পতীক
  • ঘটনা সন্দৰ্ভত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা
ডাইনী হত্যা ডাইনীৰ সন্দেহ