অসমত পশ্চিমবঙ্গৰ যুৱকক এনকাউণ্টাৰ…

অসমত পশ্চিমবঙ্গৰ যুৱকক এনকাউণ্টাৰ…

author-image
asomiyapratidin
New Update
অসমত পশ্চিমবঙ্গৰ যুৱকক এনকাউণ্টাৰ…

  • হোজাইত অসম আৰক্ষীৰ এনকাউণ্টাৰ।
  • হোজাইৰ ডবকা ঝাব্ৰাখোৱাত ইৰাণী গ্ৰুপৰ সদস্যলৈ আৰক্ষীৰ গুলীচালনা।
  • হোজাইত ৫৬ হাজাৰ টকা চুৰি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।
  • আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।
  • আকাশৰ দুয়োটা ভৰিতে লাগিছে গুলী।
  • আহত আকাশৰ ঘৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত।
  • বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আকাশক।
  • আকাশ যাদৱৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ ৫৬হাজাৰ টকা।