New Update
/asomiyapratidin/media/media_files/2025/08/15/ujjjd-2025-08-15-08-15-21.jpg)
ডিজিটেল ডেস্কঃ কিছু সময়ৰ পাছতে অসমৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে উত্তোলন কৰিব পতাকা। কোনে কত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা।
- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ (গুৱাহাটী)
- ৰণজিৎ কুমাৰ দাস, পঞ্চায়ত/গ্ৰামোন্নয়ন মন্ত্ৰী- দক্ষিণ শালমৰা মানকাচাৰ
- অতুল বৰা, কৃষি মন্ত্ৰী- যোৰহাট
- কেশৱ মহন্ত, ৰাহজ মন্ত্ৰী- নগাঁও
- উৰ্খাও গৌড়া ব্ৰহ্ম, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী- বাক্সা
- চন্দ্ৰমোহন পাটোৱাৰী, বন আৰু পৰিৱেশ মন্ত্ৰী- কামৰূপ
- ডাঃ ৰণোজ পেগু, শিক্ষা মন্ত্ৰী- বিশ্বনাথ
- অশোক সিংহল, স্বাস্থ্য মন্ত্ৰী- শোণিতপুৰ
- যোগেন মহন, পৰিবহণ মন্ত্ৰী- চৰাইদেউ
- অজন্তা নেওগ, বিত্ত মন্ত্ৰী- শিৱসাগৰ
- পীযুষ হাজৰীকা, জলসম্পদ মন্ত্ৰী- মৰিগাঁও
- বিমল বড়া, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী- তিনিচুকীয়া
- জয়ন্ত মল্লবৰুৱা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী- নলবাৰী
- নন্দিতা গাৰ্লোচা, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী- বঙাইগাঁও
- প্ৰশান্ত ফুকন, শক্তি মন্ত্ৰী- ডিব্ৰুগড়
- কৌশিক ৰায়, খাদ্য আৰু যোগান মন্ত্ৰী- শিলচৰ
- কৃষ্ণেন্দু পাল,পশুপালন মন্ত্ৰী- শ্ৰীভূমি
- ৰূপেশ গোৱালা, শ্ৰমিক কল্যাণ মন্ত্ৰী- লখিমপুৰ
- প্ৰমোদ বড়ো, বিটিআৰ প্ৰধান- কোকৰাঝাৰ
- গোবিন্দ চন্দ্ৰ বসুমতাৰী, উপ-মুখ্য কাৰ্যবাহী, বিটিচি- ওদালগুৰি
- তুলিৰাম ৰংহাং, মুখ্য কাৰ্যবাহী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ- ডিফু
- দেৱলাল গাৰ্লোচা, মুখ্য কাৰ্যবাহী, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ- হাফলং
- ডাঃ নোমল মমিন, উপাধ্যক্ষ, অসম বিধানসভা- গোৱালপাৰা