/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-21-26-38.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ অলিয়ে-গলিয়ে চোৰৰ উপদ্ৰৱ। ৬ টাকৈ চোৰক কৰায়ত্ত কৰে হয়বৰগাঁও আৰক্ষীয়ে। নগাঁৱৰ ভিন্ন স্থানৰ পৰা কৰায়ত্ত কৰে চোৰকেইটাক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/5e899d1d-0305-4cc3-af91-2e04b7c00c08-2025-12-12-21-22-54.jpeg)
উল্লেখ্য যে, হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজু বড়োৰ নেতৃত্বত চলিছিল এই অভিযান।অভিযানত ৩ টা লেপটপ, ১ টা আইপেড জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা চোৰকেইটা ভূঞাপট্টিৰ আজিজুল আহমেদ, ভূঞাপট্টিৰ আজাহাৰ উদ্দিন, বৰভেটিৰ ছাহিল আলী, বৰভেটিৰ ছাহিল হুছেইন আৰু খুটিকটিয়াৰ মোক্তাৰ হুছেইন বুলি জানিব পৰা গৈছে।সম্প্ৰতি আটাইকেইটা চোৰক হয়বৰগাঁও আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/eb5d3fc1-32d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us