শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মালৈ মুখ্যমন্ত্রীৰ সকীয়নি- ‘জনতাৰ ধৈৰ্য্যৰ সৈতে খেলা নকৰিব’

জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ মন্তব্য। ৬ বছৰ পূৰ্বেই জুবিন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলো। জুবিন গাৰ্গৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ আছিলো।

author-image
Asomiya Pratidin
New Update
web ap zg
  • জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ মন্তব্য।
  • ৬ বছৰ পূৰ্বেই মই জুবিন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলো।
  • জুবিন গাৰ্গৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ আছিলো।
  • শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মালৈ মুখ্যমন্ত্রীৰ সকীয়নি।
  • ‘জনতাৰ ধৈৰ্য্যৰ সৈতে খেলা নকৰিব’।
  • ‘৬ অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো’।
  • ‘ফেচবুকত পত্র লিখি, LIVE দি জনতাৰ পৰা সাৰি যাব নোৱাৰিব’।
  • ‘CIDক যদি ক’ব বিচৰা নাই, ন্যায়ালয়ত কওক’।
  • ‘ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব’।
  • ‘আইনে আইনৰ মাজেৰে গতি কৰিব’।
  • ‘জুবিন গাৰ্গক ন্যায় প্রদানৰ ক্ষেত্রত মই ৰাইজতকৈ পৃথক নহয়’।
  • ‘সেই দায়িত্ব আৰু কৰ্তব্য মই দায়বদ্ধতাৰে পালন কৰিম’।
  • ‘অসম আৰক্ষীয়ে সময়ত শক্তিশালী ভূমিকা ল’ব পাৰে’।
  • ‘ঘটনা প্রৱাহ বহু দূৰলৈ যাবলৈ নিদিব’।
  • ‘জুবিন গাৰ্গৰ মৃত্যুৰ প্রতিটো ঘটনা আপোনালোকে তন্নতন্নকৈ ক’ব লাগিব’।
  • ‘আইনৰ পৰা দূৰত থাকিলে চৰকাৰে ব্যৱস্থা নল’ব বুলি কেতিয়াও নাভাবিব’।
  • ‘এইখন জুবিনৰ অসম’।
  • ‘যিকোনো কাৰণতে অসমক নেপাল হ’বলৈ দিয়া নহ’ব’।
  • ‘আমি মহাৰাজ পৃথুৰ উদাহৰণ দিম, ভগদত্তৰ উদাহৰণ দিম’।
  • ‘আমি নেপালৰ উদাহৰণ নিদিও’।
  • ‘জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত কিছুমানে আন্দোলন কৰিছে’।
  • ‘জুবিন গাৰ্গৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ’ব নোৱাৰে’।
  • ‘জুবিন গাৰ্গৰ নামত অসমখন নেপাল হ’ব দিব নোৱাৰো’।
  • ‘এই কামে জুবিনৰ আত্মাক কষ্ট দিব’।
  • ৰাইজক আইন হাতত তুলি নল’বলৈ আহ্বান মুখ্যমন্ত্রীৰ।
  • ‘মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ছিংগাপুৰৰ পৰা অনাৰ চেষ্টা কৰিছো’।
  • ‘GMCHৰ মৰণোত্তৰ পৰীক্ষা প্রায় সম্পূৰ্ণ হৈছে’।
  • ‘শ্যামকানু মহন্তৰ সকলো বেংক একাউণ্ট ফ্রীজ কৰা হৈছে’।
  • ‘অপৰাধীক সহায় কৰা মুখ্যমন্ত্রীৰ দায়িত্ব হ’ব নোৱাৰে’।
  • ‘আৰক্ষীৰ তদন্তত ভুল থাকিলে ন্যায়িক কমিটীৰ জৰিয়তে তদন্ত হ’ব’।
  • ‘অসম আৰক্ষী বিফল হ’লে তদন্তৰ দায়িত্ব CBIলৈ প্রেৰণ কৰা হ’‍ব’।
ড০ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ