New Update
/asomiyapratidin/media/media_files/2025/06/23/himanta-23-2025-06-23-16-11-45.jpg)
- ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰীৰ।
- ১০ অক্টোবৰত ঘোষণা হ’ব ADREৰ ৩য় বৰ্গৰ ফলাফল।
- ১৫ অক্টোবৰত ADREৰ ৪ৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব।
- স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা।
- LPৰ শিক্ষক নিযুক্তিৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত।
- গ্রেজুৱেট শিক্ষক আৰু পোষ্ট গ্রেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত।
- ২০ অক্টোবৰৰ পূৰ্বে সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।
- SIৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা হ’ব।
- লগতে F&ESৰ পৰীক্ষাৰ ফলাফলো ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব।
- AB আৰু UBৰ ফলাফলৰ ক্ষেত্রত HC-এ বাধা আৰোপ কৰিছে।
- এই মাহৰ ভিতৰতে AB আৰু UB কনিষ্টবলৰ ফলাফল দিয়া হ’ব।
- ২৫-২৬ অক্টোবৰৰ ভিতৰত নিযুক্তি পত্র প্রদান কৰা হ’ব।
- ৭ অক্টোবৰত অৰুণোদয় ৩.০ আৰম্ভ হ’ব।
- ৩০ লাখ মহিলাই লাভ কৰিব ইয়াৰ সুবিধা।
- নিযুত মইনা আঁচনি ৩.৫ লাখ ছাত্রীয়ে লাভ কৰিব।
- প্রথম কিস্তিৰ ধন ১০-১৫ অক্টোবৰৰ ভিতৰত প্রদান কৰা হ’ব।
- প্রথম কিস্তিৰ ধন চেকযোগে প্রদান কৰা হ’ব।
- পৰৱৰ্তী মাহত বেংক একাউণ্টযোগে ধন লাভ কৰিব।
- BTC নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে।
- নিৰ্বাচনৰ আগতে হওক বা পিছতে হওক কোনো হিংসাত্মক ঘটনা হোৱা নাই।
- হাগ্রামা মহিলাৰীক তেখেতৰ জয়ৰ বাবে অভিনন্দন জনাইছো।
- জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিৰ পিছতেই নিৰ্বাচনী প্রচাৰৰ পৰা আঁতৰি আহিছিলো।
- কৰ্তব্যৰ তাগিদাত আমি নিৰ্বাচনী অভিযানৰ পৰা আঁতৰি আহিছিলো।