৯মাহে নাবালিকাক যৌন নিৰ্যাতন, আৰক্ষীয়ে আটক কৰে এজনক

৯মাহে নাবালিকাক যৌন নিৰ্যাতন, আৰক্ষীয়ে আটক কৰে এজনক

author-image
asomiyapratidin
New Update
মহানগৰীৰ ঘোঁৰামাৰাৰ নাৰবামত জঘন্য ঘটনা

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত আৰক্ষীয়ে আটক কৰে এজন বয়সস্থ ব্যক্তিক। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৫৩ বছৰীয়া ব্যক্তিজনে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই থকা অভিযোগ উত্থাপন হয়।

এই অভিযোগৰ ভিত্তিতেই ছিমলা আৰক্ষীয়ে আটক কৰে লোকজনক। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ বহু কেইটা ধাৰাত আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছে।