/asomiyapratidin/media/media_files/2025/12/04/ap-web-cigg-2025-12-04-19-18-16.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ স্পষ্ট বাৰ্তা, চিগাৰেটক সস্তীয়া হ’বলৈ দিব নোৱাৰি। লোকসভাত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ সন্দৰ্ভত আলোচনাৰ সময়তে চৰকাৰৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-2025-12-04-19-13-02.jpeg)
উল্লেখ্য যে,কেন্দ্ৰই অনা বিধেয়কখনত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এনেধৰণৰ সামগ্ৰীৰ ওপৰত অধিক হাৰত কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। পূৰ্বে ধঁপাতৰ কৰ আছিল আৰু ইয়াক প্ৰতি বছৰে বৃদ্ধি কৰা হৈছিল। যাতে ধূমপান কৰা লোকৰ সংখ্যা হ্ৰাস পায়। এই বিষয়ে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে , আমি নিশ্চিতভাৱে চিগাৰেট সস্তা হোৱাটো নিবিচাৰো। এয়া স্বাস্থ্যজনিত চিন্তাৰ বিষয়, গতিকে ইয়াৰ কৰ আৰু মূল্যও বেলেগ হ’ব লাগে। ইপিনে জি এছ টি সৰ্বাধিক ৪০ শতাংশ নিৰ্ধাৰণ কৰিব পাৰি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-19-13-24.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us