মুখ্য-পৃষ্ঠা
হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলঃ শীৰ্ষত কোন…
- হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা।
- শীৰ্ষ তিনিটা স্থান দখল কৰিছে ৫গৰাকী শিক্ষাৰ্থীয়ে।
- তেওঁলোক হৈছে ক্ৰমে-
- মুফাচিৰ আল হুছেইন
আল কৌচেৰ মডেল একাডেমী, শোণিতপুৰ
প্রথম
556
- ছাদিকা আহমেদ
ঢকুৱা হাইমাদ্রাছা, বৰপেটা
দ্বিতীয়
550
- মুস্তাক আহমেদ
পিৰাধৰা হাইমাদ্রাছা, বঙাইগাঁও
দ্বিতীয়
550
- মিছ ছাহানাজ পাৰবীন
দৌলৎপুৰ মাদ্রাছা, লখিমপুৰ
তৃতীয়
549
- ইৰ্ছাদ উল্লাহ
বৰঘুলি হাইমাদ্রাছা
তৃতীয়
549