মথুৰাপুৰত প্ৰচণ্ড শিল- বৰষুণ : বিস্তৰ ক্ষতিসাধন

আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ লগতে হোৱা শিলাবৃষ্টিয়ে আতংকিত কৰি তোলে ৰাইজক। মথুৰাপুৰৰ ভিন্ন প্ৰান্তত পৰিছে প্ৰকাণ্ড-প্ৰকাণ্ড শিল।

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত প্ৰচণ্ড শিল- বৰষুণ : বিস্তৰ ক্ষতিসাধন

মথুৰাপুৰত প্ৰচণ্ড শিল- বৰষুণ : বিস্তৰ ক্ষতিসাধন

  • চৰাইদেউৰ মথুৰাপুৰত প্ৰচণ্ড শিল বৰষুণ। 
  • আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ লগতে হোৱা শিলাবৃষ্টিয়ে আতংকিত কৰি তোলে ৰাইজক। 
  • মথুৰাপুৰৰ ভিন্ন প্ৰান্তত পৰিছে প্ৰকাণ্ড-প্ৰকাণ্ড শিল।
  • ইতিমধ্যে ৰাজ্যজুৰি ধুমুহা-বৰষুণ অহাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ 
  • প্ৰচণ্ড শিল-বৰষুণে অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে।
mathurapur