Published on:
Updated on:
- আজিও ঘোষণা নহল অসমৰ কোন হব পৱৰৰ্তী মুখ্যমন্ত্ৰী।
- দিল্লীত চলিছিল বিজেপিৰ শীৰ্ষ নেতৃ্ত্বৰে বৈঠক।
- প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল জে পি নড্ডাৰ বাসগৃহত।
- তাৰ পিছত উপস্থিত হৈছিল সৰ্বানন্দ সোণোৱাল।
- দুয়োগৰাকীক মুখামুখিকৈ বহুৱা হৈছিল বৈঠকত।
- হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য- বিধায়নী দলৰ বৈঠকৰ অন্তত সকলো স্পষ্ট হব।
- বৈঠকৰ অন্তত একেলগে গ্ৰহণ কৰিলে আহাৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in