Published on:
Updated on:
- হাৰিয়ানাৰ হিছাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা।
- তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে দলঙত শুই থকা বহু কেইজন শ্ৰমিক।
- এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৫জন আৰু আহত ৯জনকৈ শ্ৰমিক।
- পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
- শ্ৰমিককেইজনক মহতিয়াই নিয়াৰ পাছত বাহনখনে খুন্দা মাৰে আন এখন বাহনত।
- এই দুৰ্ঘটনাত দুখন বাহন দলঙৰ পৰা তলত বাগৰি পৰা লগতে গুৰুতৰভাৱে আহত হয় চালক দুজন।
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in