তীব্ৰ বেগী বাহনে মহতিয়ালে ছয়গৰাকী লোকক

ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত  

author-image
Asomiya Pratidin
New Update
4
  • হাজোৰ ৰাজপথত বাগৰি পৰিল এখন বিলাসী বাহন

  • এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়ালে ৬ জনকৈ লোকক

  • আহত কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়

  •  দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ  AS 25 DC 1952

  • অৱশেষত হাজোৰ বিহদিয়াত স্থানীয় ৰাইজে বাহনখন কৰায়ত্ব কৰিবলৈ সক্ষম হয় 

  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত চাৰি জনকৈ লোক আছিল যদিও তিনিজন লোকে পলাই পত্ৰং দিয়ে

  • স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা এজন লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে

  • ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

  •  কিছুদিন পূৰ্বেও হাজোৰ শনিয়াদিত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনি গৰাকী ছাত্ৰীয়ে

  • গুৱাহাটীৰ পৰা বৰপেটালৈ যোৱা মূল পথটো শীঘ্ৰেই বহল কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান স্থানীয় ৰাইজৰ 

পথ দুৰ্ঘটনা হাজো