/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-20-01-38.jpeg)
ডিজিটেল ডেস্কঃ হাজো আৰক্ষীৰ বৃহৎ অভিযান। হাজোৰ বামুন তোলা কালী মন্দিৰৰ পৰা চুৰি হোৱা কালী মূৰ্তি উদ্ধাৰ কৰে হাজো আৰক্ষীয়ে। ইপিনে হাজো আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃতত চলিছিল অভিযান।অভিযানত কাঁহ পিতলৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা উদ্ধাৰ কৰে এটা মূৰ্তি ।
/asomiyapratidin/media/post_attachments/0608559b-a51.png)
উল্লেখযোগ্য যে, হাজো আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল তাৰ পাছতে এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰে মূৰ্তিতো।ইপিনে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজাজ আলী নামৰ এজন যুৱকজনক।ইতিমধ্যেই হাজো আৰক্ষীয়ে ছিল কৰিছে মূৰ্তি উদ্ধাৰ হোৱা ব্যৱসায় প্ৰতিষ্ঠানখন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-19-59-21.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us