হাজোত ‘মন কী বাত' অনুষ্ঠানৰ আয়োজন

হাজোৰ বামুন্দীত ‘মন কী বাত’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি বেদব্ৰত পাঠকে

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’অনুষ্ঠানত দেশবাসীক সম্বোধন কৰে । ১২৮ সংখ্যক খণ্ডটিৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয় সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰা পৰিলক্ষিত হয় । সমগ্র দেশৰ লগতে অসমতো ‘মন কী বাত’ৰ অনুষ্ঠান কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো বুথত আয়োজন কৰিছে এই অনুষ্ঠান। 

তাৰোপৰি, হাজোৰ কেইবা ঠাইতো ‘মন কী বাত’ অনুষ্ঠানৰ আয়োজন কৰিছে। হাজোৰ বামুন্দী আৰু টাঙোন মাৰিতো মন কী বাতৰ আয়োজন ।

ইপিনে বামুন্দীৰ ‘মন কী বাত’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি বেদব্ৰত পাঠকে। আনফালে টাঙোনমাৰি অনুষ্ঠানত অংশ লয় বিজেপি নেতা প্ৰকাশ দাসে। 

হাজো মন কী বাত