চোৰাং গৰুৰ বিৰুদ্ধে হাজো আৰক্ষীৰ বৃহৎ অভিযান...

চোৰাং গৰুৰ বিৰুদ্ধে হাজো আৰক্ষীৰ বৃহৎ অভিযান। পুৱতি নিশা হাজোৰ শানীয়াদি পেট্ৰল পাম্পৰ সন্মুখত চলিছিল অভিযান। অভিযানৰ নেতৃত্বত আছিল হাজো আৰক্ষীৰ পৰিদৰ্শক বিষয়া ৰূপম হাজৰিকা।

New Update
61740bc6-f178-45a5-86c6-5de16e79acfe
  • চোৰাং গৰুৰ বিৰুদ্ধে হাজো আৰক্ষীৰ বৃহৎ অভিযান।
  • পুৱতি নিশা হাজোৰ শানীয়াদি পেট্ৰল পাম্পৰ সন্মুখত চলিছিল অভিযান।
  • অভিযানৰ নেতৃত্বত আছিল হাজো আৰক্ষীৰ পৰিদৰ্শক বিষয়া ৰূপম হাজৰিকা।
  • অভিযানত জব্দ ২৮টাকৈ চোৰাং গৰু।
  • তিনিখন গাড়ীত মেঘালয়লৈ  নি থকা অৱস্থাত জব্দ কৰে হাজো আৰক্ষীয়ে।
  • চোৰাং গাড়ী সহ আটক পাঁচ জনকৈ লোকক।
  • জব্দ কৰা গাড়ী কেইখনৰ নম্বৰ AS 01 SC-3799,AS01 MC-7102,AS15 AC 8779 ।
  • বৰপেটাৰ মাজদিয়া আৰু কুকাৰপাৰৰ মফিজ ভূঞা।
  • মুকু আলী নামৰ দুই গৰু মাফিয়া জড়িত থকাৰ সন্দেহ হাজো আৰক্ষীৰ ।
হাজো