/asomiyapratidin/media/media_files/2025/11/17/new-ap-web-2-30-2025-11-17-13-09-45.jpg)
ডিজিটেল সংবাদ,হাজোঃ প্ৰধানমন্ত্ৰীৰ মন বাত অনুষ্ঠানত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি বেদব্রত পাঠকে। হাজোৰ কৈৱৰ্ত তোলাৰ সমূহীয়া লাইব্ৰেৰী মেৰামতিৰ নামত দিয়া ধনৰ চেক বিতৰণ কৰিলে ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি বেদব্ৰত পাঠকে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হাজোৰ কৈৱৰ্ত তোলাৰ ৰাইজক তেওঁ প্ৰতিশ্ৰুতি দিছিল। তেনেদৰেই তেওঁ প্ৰতিশ্ৰুতি মতেই কাম কৰি দেখুৱাইছে । ৰাইজক লাইব্ৰেৰী মেৰামতিৰ নামত প্ধৰদান কৰিলে ধন।
তাৰোপৰি নেতা গৰাকীৰ এনে যোগাত্মক পদক্ষেপৰ বাবেই প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us